Home ads1

তিনি কৃষি আইন ৰূপায়ণ প্রক্রিয়াত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ দিলেও বা কেন্দ্রই ৰূপায়ণ স্থগিত ৰাখিলেও তিনি আইন বাতিল নোহোৱা পর্যন্ত কৃষকে আন্দোলন চলাই যাব । উচ্চতম ন্যায়ালয়ে আজি কৃষক আন্দোলনক লৈ । মোদি চৰকাৰৰ বৃহৎ পৰাজয় । দেশৰ কৃষক আন্দোলনৰ সমাধান কৰিবলৈ ব্যর্থ হোৱা বাবে কেন্দ্রীয় চৰকাৰক আজি দোষাৰোপ কৰি তীব্র ভৎর্সনা কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ।



কেন্দ্রীয় চৰকাৰক ভৎসনা কৰাৰ পাচতে এই প্রতিক্রিয়া প্রকাশ কৰিছে কৃষক ইউনিয়নৰ সভাপতি গুৰনাম সিং চাড়ুনীয়ে নিজৰ আন্দোলনৰ নেতৃত্বই । হাৰিয়ানা ভাৰতীয় কিষাণ প্রতিক্রিয়াত কয় — কৃষকৰ এটাই দাবী , চৰকাৰে সম্পূর্ণরূপে তিনি কৃষি আইন বাতিল কৰিবই লাগিব । ভাৰতীয় কৃষক ইউনিয়ন ( মানছা ) ৰ সভাপতি ভোগ সিং মানছাই কয়— স্থগিতাদেশ তিনি আইন বাতিলৰ দাবী জনাইছো , কাৰণ এই কোনো সমাধান নহয় । আমি উচ্চতম ন্যায়ালয়ক আইন তিনিখন সাংবিধানিকভাৱে বৈধ নহয় । তেওঁ স্পষ্ট কৰি দিয়ে— আইন তিনিখন বাতিল | আইন বলৱৎ প্রত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ে নোহোৱা পর্যন্ত আন্দোলন চলি থাকিব । কৃষি আজি প্ৰকাশ কৰা অভিমতৰ পৰিপ্ৰেক্ষিতত কৃষক সংগঠনসমূহে এই প্রস্তাৱ প্রত্যাখ্যান কৰাটোৱে বিশেষভাৱে গুৰুত্ব লাভ কৰিছে । 

কৃষক আন্দোলন অব্যাহত ৰখাৰ সংকল্প ঘোষণা কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ত আন্দোলনকাৰীৰ অধিবক্তা দুষ্যন্ত ডাভেই কয় যে গণৰাজ্য দিৱসত দিল্লীত কৃষকে নুলিয়ায় প্রস্তাৱিত ট্ৰেক্টৰ ৰেলী । এটর্নী জেনেৰেল কে কে বেণুগোপালে হাৰিয়ানাৰ কার্নালত কৃষি আইনৰ সমর্থনত উলিওৱা ৰেলীত আন্দোলনকাৰীয়ে চলোৱা উদ্ভণ্ডালিৰ প্ৰসংগ উত্থাপন কৰাৰ পাচতে কৃষক সংগঠনসমূহৰ অধিবক্তাগৰাকীয়ে ২৬ জানুৱাৰীৰ ট্ৰেক্টৰ ৰেলী প্রত্যাহাৰৰ কথা উল্লেখ কৰে । মুখ্য ন্যায়াধীশে স্পষ্ট কৰি দিয়ে— আমাৰ উদ্দেশ্য আইন ভংগকাৰীক ৰক্ষণাবেক্ষণ দিয়া নহয় । মঙলবাৰে কৃষি আইন লৈ উচ্চতম ন্যায়ালয়ে প্রদান কৰিবলগীয়া ৰায়ৰ পৰিপ্ৰেক্ষিতত বিৰোধী শিবিৰত আজি বৃদ্ধি পায় তৎপৰতা । কংগ্রেছ । সভাপতি ছোনিয়া গান্ধীয়ে কৃষি আইন লৈ ৰণকৌশল নির্ধাৰণৰ বাবে বহুকেইগৰাকী বিৰোধী নেতাৰ সৈতে মত বিনিময় কৰে । নতুন দিল্লীত এন চি পিৰ প্রধান শাৰদ পাৱাৰৰ বাসভৱনত বাওঁনেতা সীতাৰাম মেছুৰী আৰু ডি ৰাজাৰ সৈতে আলোচনাত মিলিত হয় ।

Post a Comment

أحدث أقدم