আমেৰিকাত কৰনাৰ ভেকচিন বিতৰণৰ বাবে চার্টাৰ বিমান ব্যৱহাৰ কৰা হৈছে। ইউনাইটেড এয়াৰলাইনছৰ বিমানেৰে ফাইজাৰৰ ভেক্চিনৰ যােগান ধৰাৰ কাম কৰা হৈছে। এয়াৰলাইনছ বিমানে এই ভেকচিন ইঠাৰ পৰা সিঠাইলৈ পৰিবহণ কৰিছে। উল্লেখযােগ্য যে ফাইজাৰে কৰা দবী অনুসৰি তেওঁলােকৰ ভেকচিন ৯৫% সফল হৈছে। ফাইজাৰ কোম্পানীয়ে হাতত লােৱা পৰিকল্পনা অনুসৰি টিকাকৰণ কৰিবলগীয়া কেন্দ্রৰ একেবাৰে কাষলৈকে বিমানেৰে এই ভেচিনৰ | যােগান ধৰা হব। অৱশ্যে বিতৰণ কেন্দ্ৰৰ পৰা | টিকাকৰণৰ কেন্দ্রলৈ ভেক্চিন প্রেৰণত তিনি | দিন পর্যন্ত সময় লাগিব পাৰে। ৱাল ষ্ট্রীট জার্নালৰ মতে, বিমানেৰে ভেকচিন প্রেৰণ কৰাটো বিশ্ব পর্যায়ত ইয়াৰ যােগান আৰু | বিতৰণৰ দিশত এক গুৰুত্ব পূর্ণ প্রস্তুতি। আমেৰিকাত ডিচেম্বৰৰ শেষলৈ এই ভেচিনৰ | টিকাকৰণ আৰম্ভ হব বুলি আশা কৰা হৈছে।
Post a Comment